চৰ অঞ্চলৰ ফকৰা যোজনা

১) ৰাইত যাইগ্গা হুনলো বেটায় পুথি,
সহালে উইঠ্যা জিগায় ৰূপভান বেটা না বেটি।
(সপ্তকাণ্ড ৰামায়ণ
পঢ়ি সীতাক চিনি নোপোৱাৰ
সমাৰ্থক)
২) কইৰ তেলে কই ভাজা।
( মাছৰ তেলেৰে মাছ ভজা )
৩) আইজকাৰ কাম কাইল্কাৰ লাইগ্গা থয়,
হেইডাৰে বড় আহাম্মক কয় ।
(আজিৰ কামটো কালিৰ বাবে থয়,
তাকেই বুৰ্বক বুলি কয়)
৪) এক বেডায় আগে হাজে,
ফাটা ঢোলডা আগে বাজে।
( নিজৰ ফটা ঢোল নিজেই কোবাই )
                  

Popular posts from this blog

ফকৰা-যোজনা

চৰ অঞ্চলৰ ফকৰা যোজনা