চৰ অঞ্চলৰ ফকৰা যোজনা
১) নিজেৰ নাই পোলাবান,
নাকেৰ ডোগায় মুইসেৰ বাথান।
নাকেৰ ডোগায় মুইসেৰ বাথান।
(নিজৰে কাম নহয়,
উপায়ান্তৰে লোকৰ কাম
কৰা সম্পৰ্কীয়)
উপায়ান্তৰে লোকৰ কাম
কৰা সম্পৰ্কীয়)
২) ঝৰে বগা মৰে,
ফকিৰেৰ কেৰামতি বাৰে।
ফকিৰেৰ কেৰামতি বাৰে।
( ধুমুহাত বগলী মৰে,
ফকিৰে বোলে সেয়া
তেওঁৰহে লীলা)
ফকিৰে বোলে সেয়া
তেওঁৰহে লীলা)
৩) ঝি নষ্ট ঘাটে,
পোল নষ্ট হাটে।
পোল নষ্ট হাটে।
( ছোৱালী বেয়া হয় ঘাটত,
ল'ৰা বেয়া হয় বজাৰত)
ল'ৰা বেয়া হয় বজাৰত)
৪) কাজ ছইৰা দৌৰ মাৰে,
অকাজে গদা লইয়া ফালপাৰে।
অকাজে গদা লইয়া ফালপাৰে।
( ভাল কাম নাই, অকামৰ কাম
কৰিবলৈ হ'লে আগতেই যায় )
কৰিবলৈ হ'লে আগতেই যায় )