চৰ অঞ্চলৰ ফকৰা যোজনা
১) মাতেনা কইন্নাই মাতা নাৰে,
সেই কইন্নাই পুৰুষ মাৰে।
সেই কইন্নাই পুৰুষ মাৰে।
( মূৰ দুপিওয়া নিমাতি কণ্যাই
পুৰুষক মাৰে)
পুৰুষক মাৰে)
২) গাঙেৰ পানী ঘোলাও বালা,
জাতেৰ কইন্ন্যা কালাও বালা।
জাতেৰ কইন্ন্যা কালাও বালা।
(নৈৰ পানী ঘোলাও ভাল,
নিজ জাতিৰ কইনা ক'লাও ভাল)
নিজ জাতিৰ কইনা ক'লাও ভাল)
৩) অভাগিনীৰ দুইপুত;
একডা ৰাইক্ষস, একডা ভূত।
একডা ৰাইক্ষস, একডা ভূত।
(অভাগিনীৰ দুই পুত্ৰ
এটা ৰাক্ষস, আনটো ভূত)
এটা ৰাক্ষস, আনটো ভূত)
৪) এই দেইখলাম, এই নাই,
কিবা বেতাল বাজাৰ ভাই।
কিবা বেতাল বাজাৰ ভাই।
( বজাৰৰ ভীৰত মানুহ হেৰুৱাৰ
দৰে ক্ষন্তেকতে অন্তৰ্ধান হোৱা )
দৰে ক্ষন্তেকতে অন্তৰ্ধান হোৱা )