Posts

Showing posts from June, 2014

চৰ অঞ্চলৰ ফকৰা যোজনা

১) ৰাইত যাইগ্গা হুনলো বেটায় পুথি, সহালে উইঠ্যা জিগায় ৰূপভান বেটা না বেটি। (সপ্তকাণ্ড ৰামায়ণ পঢ়ি সীতাক চিনি নোপোৱাৰ সমাৰ্থক) ২) কইৰ তেলে কই ভাজা। ( মাছৰ তেলেৰে মাছ ভজা ) ৩) আইজকাৰ কাম কাইল্কাৰ লাইগ্গা থয়, হেইডাৰে বড় আহাম্মক কয় । (আজিৰ কামটো কালিৰ বাবে থয়, তাকেই বুৰ্বক বুলি কয়) ৪) এক বেডায় আগে হাজে, ফাটা ঢোলডা আগে বাজে। ( নিজৰ ফটা ঢোল নিজেই কোবাই )                                                   সংগ্ৰহক ÷ জয়দ্বীপ চক্ৰৱৰ্তী

চৰ অঞ্চলৰ ফকৰা যোজনা

১) মাতেনা কইন্নাই মাতা নাৰে,         সেই কইন্নাই পুৰুষ মাৰে। ( মূৰ দুপি ও য়া নিমাতি কণ্যাই            পুৰুষক মাৰে) ২) গাঙেৰ পানী ঘোলাও বালা,    জাতেৰ কইন্ন্যা কালাও বালা। (নৈৰ পানী ঘোলাও ভাল, নিজ জাতিৰ কইনা ক'লাও ভাল) ৩) অভাগিনীৰ দুইপুত; একডা ৰাইক্ষস, একডা ভূত।    (অভাগিনীৰ দুই পুত্ৰ এটা ৰাক্ষস, আনটো ভূত) ৪) এই দেইখলাম, এই নাই, কিবা বেতাল বাজাৰ ভাই। ( বজাৰৰ ভীৰত মানুহ হেৰুৱাৰ দৰে ক্ষন্তেকতে অন্তৰ্ধান হোৱা )                                 সংগ্ৰহক ÷ জয়দ্বীপ চক্ৰৱৰ্তী

চৰ অঞ্চলৰ ফকৰা যোজনা

১) নিজেৰ নাই পোলাবান, নাকেৰ ডোগায় মুইসেৰ বাথান।         (নিজৰে কাম নহয়,           উপায়ান্তৰে লোকৰ কাম                           কৰা সম্পৰ্কীয়) ২)         ঝৰে বগা মৰে,     ফকিৰেৰ কেৰামতি বাৰে।       ( ধুমুহাত বগলী মৰে,           ফকিৰে বোলে সেয়া                    তেওঁৰহে লীলা) ৩)      ঝি নষ্ট ঘাটে,         পোল নষ্ট হাটে। ( ছোৱালী বেয়া হয় ঘাটত,      ল'ৰা বেয়া হয় বজাৰত) ৪)    কাজ ছইৰা দৌৰ মাৰে,   অকাজে গদা লইয়া ফালপাৰে। ( ভাল কাম নাই, অকামৰ কাম কৰিবলৈ হ'লে আগতেই যায় )                                    সংগ্ৰহক ÷ জয়দ্বীপ চক্ৰৱৰ্তী